Admission Open For 2020 Session
Assam Valley Jatiya Vidyalaya Main Entrance Gate
Assam Valley Jatiya Vidyalaya School Campus
School Office

সম্পাদকৰ একাষাৰ

princeton-97827_1280

শিক্ষা আৰু জীৱনৰ প্ৰতি এটা সামগ্ৰিক দৃষ্টিভংগীলৈ ২০০৭ চনৰ ৩১ ডিচেম্বৰত অসম ভেলী জাতীয় বিদ্যালয় স্হাপন কৰা হৈছে। বৰ্তমান অসমৰ জাতীয় জীৱনত বিৰাজ কৰা ক্ষয়মুখীতা আৰু শিক্ষা

বিদ্যালয়ৰ সংকল্প আৰু বৈশিষ্ট্য সমূহ

san-jose-92464_1280

১। অসম ভেলী জাতীয় বিদ্যালয়ত ল’ৰা-ছোৱালী উভয়ে পঢ়িব পাৰি । ২। বিদ্যালয় প্ৰতি শুক্ৰবাৰে সাপ্তাহিক বন্ধ থাকিব । ৩। শিক্ষাৰ্থী সকলৰ শাৰীৰিক, মানসিক নৈতিক তথা আধ্যাত্মিক দিশত বিকাশ সাধন কৰাই

অভিভাৱক সকলৰ প্ৰতি

academic-2769_1280

১। ল’ৰা -ছোৱালীক টিফিন (লঘু আহাৰ) দি পঠিয়াব । ২। ছোৱালীক মূল্যবান আ-অলংকাৰ পিন্ধাই বিদ্যালয়লৈ নপঠিয়াব । ৩। কোনো অভিভাৱক বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো পৰিস্হিতিত বিদ্যালয়ৰ পাঠদান চলি থকা

Monday, December 2, 2019

শৈক্ষিক দিনপঞ্জী ২০২০ চন



অংকুৰ আৰু প্ৰাক্-প্ৰাথমিক শ্ৰেণী
পুৱা ৯.০০ বজাৰ পৰা ১১.৩০ বজালৈ ।
প্ৰথম শ্ৰেণীৰ পৰা ওপৰৰ সকলো শ্ৰেণী
পুৱা ৯.০০ বজাৰ পৰা ১.৩০ বজালৈ ।
বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু
শিক্ষয়িত্ৰি উপস্হিত হোৱাৰ সময়
পুৱা ৮.৪৫  বজা ।
পুৱা সমাবেশ
৮.৫০ ৰ পৰা ৯ লৈ ।
গেট বন্ধ কৰাৰ সময়
৯.৩০ বজাত ।


বিঃদ্ৰঃ- বিশেষ কাৰণত সময়সূচীৰ সাল-সলনি হব পাৰে । বিদ্যালয়ৰ কাম-কাজ সম্পৰ্কীয় ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তই চূড়ান্ত হব ।

                  পালন কৰিবলগীয়া দিৱস আৰু অনুষ্ঠান
৩১ ডিচেম্বৰ
বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ।
২৬ জানুৱাৰী
গণতন্ত্ৰ দিৱস ।
৫ জুন
বিশ্ব পৰিবেশ দিৱস ।
১৫ আগষ্ট
স্বাধীনতা দিৱস ।
৫ চেপ্টম্বৰ
শিক্ষক দিৱস ।
১৪ নৱেম্বৰ
শিশু দিৱস ।

Sunday, December 1, 2019

বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী ও কৰ্মচাৰী



নাম
শিক্ষাগত অৰ্হতা
ফোন নং
১। আনাৰুল ইছলাম, প্ৰধান শিক্ষক
B.A
9954878814
২। মোৰ্কাৰম হুছেইন
B.A
9678359134
৩। মফিদুল ইছলাম
M.A
9101753162
৪। মাৰজিয়া আহমেদ
B.A

৫। শ্বফিকুল ইছলাম
B.A
7002235372
৬। মতিউৰ ৰহমান
B.Sc

৭। শ্ৰী ৰথিন্দ্ৰ কুমাৰ নাথ
B.Sc

৮। জেছমিন ছিদ্দিকা
B.Sc

৯। ছাইদুল ইছলাম
B.A

১০। শ্বহিদুল আলম
B.A
8472874169
১১। ওৱাহিদা বেগম
B.A

১২। হুচনাৰা বেগম
M.A

১৩। আশ্বিকুৰ ৰহমান
B.A

১৪। আচমা খাতুন
B.A

১৫। মিজানুৰ ৰহমান
B.A

১৬। ইনামুল হুছেইন
B.A (হাফিজ ও ক্বাৰী)

১৭। হাফিজ শ্বৰিফুল ইছলাম
H.S

১৮। ওৱাহিদা বেগম
H.S

১৯। ছিদ্দিকুৰ ৰহমান
H.S(PROBIN)

২০। মজিদা খাতুন            (সেৱীকা)
7th


২০১৮-১৯ বৰ্ষত অসম ভেলী জাতীয় বিদ্যালয়ৰ সফলতা

যোৱা ইং ১৫ মে  ২০১৯ তাৰিখে ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অসম ভেলী জাতীয় বিদ্যালয়ৰ ছাত্ৰী মিছ. আফছানা আজমিনে  বগুৰীগুৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আটাইতকৈ সৰ্বাধিক নম্বৰ (৯০.৬০ শতাংশ) লাভ কৰি বিদ্যালয় তথা সমগ্ৰ কালিয়াডিঙ্গা অঞ্চললৈ সুনাম বুটলি আনিবলৈ সক্ষম হয় । তাইৰ এই সফলতাত মিছ আফছানা আজমিনে বিদ্যালয় আৰু তাইৰ পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰে ।


কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।

কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।

হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সফলতাত অসম ভেলী জাতীয় বিদ্যালয়ত আনন্দৰ পৰিৱেশ

অসম ভেলী জাতীয় বিদ্যালয়ৰ সফলতাত গণ্য়-মান্য ব্যক্তিৰ শুভেচ্ছা ও সম্বৰ্দ্ধনা

২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী মিচ. আফচানা আজমীনে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মেট্ৰিক পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ ৯০.৬৬ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰিও ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ ফলাফল ১০০ শতাংশ ।


                                            শুভেচ্ছা
২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী মিচ. আফচানা আজমীনে আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ মেট্ৰিক পৰীক্ষা কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ ৯০.৬৬ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলখনলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰীৰ লগতে আমাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ-ছাত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

                                                            ইতি
                                                   প্ৰধান শিক্ষক
                                  অসম ভেলী জাতীয় বিদ্যালয় ।

                                           শুভেচ্ছা
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনা আমছুৰ কেন্দ্ৰীয় সভাপতি মো: কমৰুজ জামান সৰকাৰ, ৰূপহীহাট সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইলিয়াছ ৰহমাতুল্লা, জুৰীয়া জুনিয়ৰ কলেজৰ প্ৰৱক্তা সকল, বিভিন্ন দল সংগঠনৰ সদস্য সকলৰ লগতে অসমৰ আগশাৰী কেইবাটাও সংবাদ মাধ্যমৰ কৰ্মী সকল বিদ্যালয়ত উপস্হিত হৈ আফচানা আজমীন, তাইৰ পিতৃ-মাতৃৰ লগতে শিক্ষক/ শিক্ষয়িত্ৰীক আদৰণি জনাই ।

                                         শুভেচ্ছা
কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক ৰূপহীহাট সমষ্টিৰ বিধায়ক মো : নুৰুল হুদা চাহেব ডাঙৰীয়াই কদমনি টাউন হাই স্কুল প্ৰাঙ্গণত আদৰণি জনাই ।

                                         শুভেচ্ছা
        কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।


Saturday, November 30, 2019

অভিভাৱক সকলৰ প্ৰতি

১। ল’ৰা -ছোৱালীক টিফিন (লঘু আহাৰ) দি পঠিয়াব ।
২। ছোৱালীক মূল্যবান আ-অলংকাৰ পিন্ধাই বিদ্যালয়লৈ নপঠিয়াব ।
৩। কোনো অভিভাৱক বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো পৰিস্হিতিত বিদ্যালয়ৰ পাঠদান চলি থকা সময়ত শ্ৰেণীকোঠাত নোসোমাব ।
৪। অভিভাৱক সকলৰ বাবে আহব্বান কৰা সভাত উপস্হিত থকাটো নিতান্তই বাঞ্চনীয় আৰু ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিব ।
৫। বিদ্যালয় ছুটি হোৱাৰ পাছত বিদ্যাৰ্থী সকলৰ দায়িত্ব কৰ্তৃপক্ষই নলয় ।
৬। ছাত্ৰ-ছাত্ৰীৰ মাহেকীয়া লগতে অন্যান্য মাচুল সমূহ নিয়মিত ভাৱে আদায় দিয়াৰ কাৰণে সচেতন হব ।
৭। ল’ৰা -ছোৱালীক ঘৰত নিয়মীয়া পঢ়া, চিন্তা চৰ্চা কৰাৰ সুপৰিৱেশ গঢ়ি দিয়াত সচেষ্ট হব ।
৮। যিকোনো আসোঁৱাহৰ বাবে বিদ্যালয়ৰ অধ্যক্ষক জনাব লাগিব । কিবা ওজৰ আপত্তি থাকিলেও অধ্যক্ষক অৱগত কৰাব লাগিব । কিন্তু ৰাজহুৱা ভাৱে প্ৰচাৰ কৰিব নোৱাৰিব ।
৯। অসমীয়া শুৱলা ভাষাৰে সম্বোধন কৰিবলৈ অভিভাৱকে শিকাব ।
১০। সময়মতে কিতাপ, বহী, সাজপাৰ (বেজ, পৰিচয় পত্ৰ) অন্যান্য সামূগ্ৰী সমূহ যোগান দিব ।

বিদ্যালয়ৰ সংকল্প আৰু বৈশিষ্ট্য সমূহ


                            সংকল্প

১। আমি সদায় বিদ্যালয়লৈ পৰিস্কাৰ হৈ আহিম ।
২। বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম ।
৩। বন্ধু-বান্ধৱী সকলৰ লগত মিলা-প্ৰীতিৰে থাকিম ।
৪। বিদ্যালয়ৰ নীতি নিয়ম মান চলিম ।
৫। এইখন আমাৰ অসম ভেলী জাতীয় বিদ্যালয় ।
৬। বিদ্যালয়খন আমাৰ আপোন ।
৭। আমি সদায় বিদ্যালয়লৈ আহিম ।
৮। শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলক শ্ৰদ্ধা জনাম ।
৯। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনযোগেৰে শুনিম ।
১০। আমি প্ৰতিদিনে দিনলিপি লিখিম ।
১১। আমি ছাত্ৰ-ছাত্ৰী সকল দেশৰ ভৱিষ্যৎ নাগৰিক ।
১২। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত
            অগ্ৰসৰ হম বুলি সংকল্প ললো ।

         

                                        বিদ্যালয়ৰ বৈশিষ্ট্য সমূহ

          ১। অসম ভেলী জাতীয় বিদ্যালয়ত ল’ৰা-ছোৱালী উভয়ে   পঢ়িব পাৰি ।
          ২। বিদ্যালয় প্ৰতি শুক্ৰবাৰে সাপ্তাহিক বন্ধ থাকিব ।
৩। শিক্ষাৰ্থী সকলৰ শাৰীৰিক, মানসিক নৈতিক তথা
আধ্যাত্মিক দিশত বিকাশ সাধন কৰাই অসম ভেলী জাতীয় বিদ্যালয়ৰ মূল নীতি ।
৪। বিদ্যালয়খন অসম ভেলী জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত পৰিচালিত ।
৫। মাহেকীয়া মাচুল মাহৰ ২০ তাৰিখৰ আগত জমা দিব লাগিব ।
৬। সম্পূৰ্ণ মাচুল আদায় দিয়া ছাত্ৰ-ছাত্ৰীকহে ছমহীয়া/বছৰেকীয়া পৰীক্ষাৰ প্ৰৱেশ পত্ৰ দিয়া হয় ।
৭। নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে একোগৰাকী শিক্ষক ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ঘৰুৱা পৰিবেশ, পঢ়াৰ সা-সুবিধা আদিৰ বিষয়ে বুজ লোৱাৰ ব্যৱস্হা ।
৮। বিদ্যালয়খন অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাদানৰ ব্যৱস্হা আছে ।
৯। ছাত্ৰ-ছাত্ৰীৰ ইউনিৰ্ফম আদি নিজাববীয়াকৈ ক্ৰয় কৰিব লাগিব ।
১০। কিতাপ, বেজ, পৰিচয় পত্ৰ নিৰ্দ্দিষ্ট মূল্যত যোগান ধৰা হয় ।
১১। একেজন অভিভাৱকৰ তিনিজন ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত নাম ভৰ্তি কৰোৱালে অভিভাৱকৰ আৰ্থিক অৱস্হাৰ প্ৰতি লক্ষ্য ৰাখি শেষৰজনৰ কেৱল মাহেলী মাছুল ৰেহাইৰ ব্যৱস্হা আছে ।
১২। সংখ্যালঘু বৃত্তি, চৰকাৰী, বেচৰকাৰী অন্যান্য ব়ৃত্তিৰ ব্যৱস্হা আছে ।

Copyright © Assam Valley Jatiya Vidyalaya |
Designed by Bakul Computer Corner