Sunday, December 1, 2019

২০১৮-১৯ বৰ্ষত অসম ভেলী জাতীয় বিদ্যালয়ৰ সফলতা

যোৱা ইং ১৫ মে  ২০১৯ তাৰিখে ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অসম ভেলী জাতীয় বিদ্যালয়ৰ ছাত্ৰী মিছ. আফছানা আজমিনে  বগুৰীগুৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰত আটাইতকৈ সৰ্বাধিক নম্বৰ (৯০.৬০ শতাংশ) লাভ কৰি বিদ্যালয় তথা সমগ্ৰ কালিয়াডিঙ্গা অঞ্চললৈ সুনাম বুটলি আনিবলৈ সক্ষম হয় । তাইৰ এই সফলতাত মিছ আফছানা আজমিনে বিদ্যালয় আৰু তাইৰ পিতৃ-মাতৃক ধন্যবাদ জ্ঞাপন কৰে ।


কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।

কৃতি ছাত্ৰী মিচ. আফচানা আজমীনক এ.জে হস্পিতাল, ও ৰিচাৰ্চ চেন্টাৰৰ সৌজন্যত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানত ডাঃ ছফিকুল ইছলামে আদৰণি জনাই ।

হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ সফলতাত অসম ভেলী জাতীয় বিদ্যালয়ত আনন্দৰ পৰিৱেশ

0 comments:

Post a Comment

Copyright © Assam Valley Jatiya Vidyalaya |
Designed by Bakul Computer Corner