|
অংকুৰ আৰু প্ৰাক্-প্ৰাথমিক শ্ৰেণী
|
পুৱা ৯.০০ বজাৰ পৰা ১১.৩০
বজালৈ ।
|
|
প্ৰথম শ্ৰেণীৰ পৰা ওপৰৰ সকলো
শ্ৰেণী
|
পুৱা ৯.০০ বজাৰ পৰা ১.৩০ বজালৈ
।
|
|
বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী,
শিক্ষক আৰু
শিক্ষয়িত্ৰি উপস্হিত হোৱাৰ সময়
|
পুৱা ৮.৪৫ বজা ।
|
|
পুৱা সমাবেশ
|
৮.৫০ ৰ পৰা ৯ লৈ ।
|
|
গেট বন্ধ কৰাৰ সময়
|
৯.৩০ বজাত ।
|
বিঃদ্ৰঃ- বিশেষ
কাৰণত সময়সূচীৰ সাল-সলনি হব পাৰে । বিদ্যালয়ৰ কাম-কাজ সম্পৰ্কীয় ক্ষেত্ৰত বিদ্যালয়
কৰ্তৃপক্ষৰ সিদ্ধান্তই চূড়ান্ত হব ।
পালন কৰিবলগীয়া
দিৱস আৰু অনুষ্ঠান
|
৩১ ডিচেম্বৰ
|
বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ।
|
|
২৬ জানুৱাৰী
|
গণতন্ত্ৰ দিৱস ।
|
|
৫ জুন
|
বিশ্ব পৰিবেশ দিৱস ।
|
|
১৫ আগষ্ট
|
স্বাধীনতা দিৱস ।
|
|
৫ চেপ্টম্বৰ
|
শিক্ষক দিৱস ।
|
|
১৪ নৱেম্বৰ
|
শিশু দিৱস ।
|
0 comments:
Post a Comment